Example items (sample of 50)
| sen_str | nsubj_form | nsubj_features | Verb_form | Verb_features | treebank_link |
|---|---|---|---|---|---|
| বহি বহি তাইৰ আমনি লাগিল । | তাইৰ | features...upos=PRONGender=Fem Number=Sing Person=3 PronType=Prs | লাগিল | features...VerbForm=FinMood=Ind Person=3 Tense=Past | UD_Assamese-AiW |
| ডেইজী ফুলৰ মালা গঁথাৰ কথা এবাৰ তাই ভাবিলে । | তাই | features...upos=PRONGender=Fem Number=Sing Person=3 PronType=Prs | ভাবিলে | features...VerbForm=FinMood=Ind Tense=Past | UD_Assamese-AiW |
| এটা কথা ভাবি তাই অবাক হৈ গ'ল । | তাই | features...upos=PRONGender=Fem Number=Sing Person=3 PronType=Prs | গ'ল | features...VerbForm=FinAspect=Perf Mood=Ind Tense=Past | UD_Assamese-AiW |
| এলিচ বহাৰপৰা গিৰিস্ কৰে উঠিল । | এলিচ | features...upos=PROPNCase=Nom Gender=Fem NounType=Prop Number=Sing | উঠিল | features...VerbForm=FinAspect=Perf Mood=Ind Tense=Past | UD_Assamese-AiW |
| পৃথিৱীৰ সিপিঠিত মূৰটোৰে খোজ কঢ়া মানুহবোৰৰ মাজত সোমাবলৈ তাইৰ এনেকুৱা আচৰিত আচৰিত লাগিব । | তাইৰ | features...upos=PRONCase=Gen Gender=Fem Number=Sing Person=3 PronType=Prs | লাগিব | features...VerbForm=FinMood=Ind Tense=Fut | UD_Assamese-AiW |
| অ' ঠাইখনৰ নামটো ক'ৰবাত দেখোন লিখা থাকিবই । মই নুসুধিলেও হ'ব । ” | মই | features...upos=PRONGender=Fem Number=Sing Person=1 PronType=Prs | নুসুধিলেও | features...VerbForm=ConvPolarity=Neg | UD_Assamese-AiW |
| তাই ক'লে , “ আজি ৰাতি মই নথকা বাবে ডিনাই বৰ বেয়া পাই আছে চাগৈ । " | ডিনাই | features...upos=PROPN | পাই | features...VerbForm=ConvAspect=Perf | UD_Assamese-AiW |
| এনে ধৰণৰ কথাবোৰ তাই স্কুলত পঢ়িছিল । | তাই | features...upos=PRONGender=Fem Number=Sing Person=3 PronType=Prs | পঢ়িছিল | features...VerbForm=FinAspect=Perf Mood=Ind Tense=Past | UD_Assamese-AiW |
| সিহঁতক উদ্দেশ্য কৰি তাই ক'লে , “ বিতৃষ্ণাবোৰ ! ” শব্দটো মুখৰপৰা ওলোৱাৰ লগতেই তাইৰ অনুমান হ'ল যে সেইটো এটা ভুল শব্দ । | তাই | features...upos=PRONGender=Fem Number=Sing Person=3 PronType=Prs | ক'লে | features...VerbForm=FinAspect=Perf Mood=Ind Tense=Past | UD_Assamese-AiW |
| শহাটোৱে তাৰ কোটৰ জেপৰপৰা ঘড়ী এটা উলিয়াই চাই খুব কোবাকুবিকৈ যাবলৈ ধৰিলে । | শহাটোৱে | features...upos=NOUNCase=Erg Definite=Def Gender=Masc Number=Sing | ধৰিলে | features...VerbForm=FinMood=Ind Tense=Past | UD_Assamese-AiW |
| তথাপি ওচৰত যে কোনো নাই শুনিবলৈ ৰক্ষা তেওঁ । | কোনো | features...upos=PRONPronType=Ind | নাই | features...VerbForm=FinMood=Ind Polarity=Neg Tense=Pres | UD_Assamese-AiW |
| বাইদেৱেকে পঢ়ি থকা কিতাপখনলৈ এবাৰ নে দুবাৰ কেৰাহিকৈ চাই তাই ভাবিলে , “ ছবি নথকা কিতাপখনৰ কিবা মূল্য আছে জানো ? ” | মূল্য | features...upos=NOUNNumber=Sing | আছে | features...VerbForm=FinMood=Ind Tense=Pres | UD_Assamese-AiW |
| সকলোৱে শান্তিৰে দুৰ্গা পূজা অনুষ্ঠিত কৰিব লাগিব । | সকলোৱে | features...upos=PRONCase=Erg Number=Plur PronType=Tot | লাগিব | features...VerbForm=FinMood=Ind Tense=Fut | UD_Assamese-AiW |
| আচলতে দ্রাঘিমা আৰু অক্ষাংশৰ বিষয়ে এলিচে একোকে নাজানে । | এলিচে | features...upos=PROPNCase=Erg NounType=Prop Number=Sing | নাজানে | features...VerbForm=FinDefinite=Ind Mood=Ind Person=3 Polarity=Neg Tense=Pres | UD_Assamese-AiW |
| শহাটোৱে মানুহে পিন্ধাৰ দৰে পোছাক পিন্ধিছিল । | মানুহে | features...upos=NOUNCase=Erg Definite=Ind Number=Sing | পিন্ধাৰ | features...VerbForm=VnounTense=Past | UD_Assamese-AiW |
| এক মুহূর্তও পলম নকৰি এলিচো তাৰ পাছে পাছে সোমাই গ'ল । | এলিচো | features...upos=PROPNGender=Fem NounType=Prop Number=Sing | গ'ল | features...VerbForm=FinAspect=Perf Mood=Ind Tense=Past | UD_Assamese-AiW |
| কি কৰিব কি নকৰিব ভাবি-চিন্তি থাকোঁতেই অকস্মাৎ এটা শহা-পহু তাইৰ গাৰ কাষেদিয়েই লৰ মাৰি পাৰ হৈ গ'ল । | শহা-পহু | features...upos=NOUNCase=Nom Number=Sing | গ'ল | features...VerbForm=FinAspect=Perf Mood=Ind Tense=Past | UD_Assamese-AiW |
| গৰমৰ বাবেই হ'বলা তাইৰ চকুযুৰি টোপনিয়ে হেঁচি ধৰিছিল । | টোপনিয়ে | features...upos=NOUNDefinite=Def Number=Sing | ধৰিছিল | features...VerbForm=FinMood=Ind Tense=Past | UD_Assamese-AiW |
| তললৈ , বৰ তললৈ তাই পৰি গৈ থাকিল । | তাই | features...upos=PRONGender=Fem Number=Sing Person=3 PronType=Prs | থাকিল | features...VerbForm=FinMood=Ind Tense=Past | UD_Assamese-AiW |
| তাৰ পিছত ইমান অকস্মাতে থিয় গৰাৰ দৰে তললৈ নামি গ'ল যে একোটোকে ভাবিবলৈ সময় নৌ পাওঁতেই তাই দ নাদৰ তলত পৰিলগৈ । | তাই | features...upos=PRONGender=Fem Number=Sing Person=3 PronType=Prs | পৰিলগৈ | features...VerbForm=FinAspect=Perf Mood=Ind Person=3 Tense=Past | UD_Assamese-AiW |
| তাই আকৌ ক'লে , “ হয় , ইমানেই দুৰৈ হ'ব । যদি সেয়ে হয় , তেনেহ'লে মই আহি পোৱা ঠাইখনৰ দ্ৰাঘিমা আৰু অক্ষাংশ কিমান হ'ব ? ” | সেয়ে | features...upos=PRONPronType=Dem | হয় | features...VerbForm=FinMood=Ind Tense=Pres | UD_Assamese-AiW |
| তাই আকৌ ভাবিলে , দেশখনৰ নামটো সিহঁতকতো সুধিব লাগিব ! | তাই | features...upos=PRONGender=Fem Number=Sing Person=3 PronType=Prs | ভাবিলে | features...VerbForm=FinAspect=Perf Mood=Ind Tense=Past | UD_Assamese-AiW |
| ওপৰৰপৰা ওলোমাই থোৱা এশাৰী চাকিয়ে ঘৰটো পোহৰ কৰি ৰাখিছিল । | চাকিয়ে | features...upos=NOUNCase=Erg Definite=Ind Number=Sing | ৰাখিছিল | features...VerbForm=FinMood=Ind Tense=Past | UD_Assamese-AiW |
| এইবাৰ তাহাঁতৰ মেকুৰী ডিনাজনীলৈ মনত পৰিল । | মেকুৰী | features...upos=NOUNCase=Nom Number=Sing | পৰিল | features...VerbForm=FinAspect=Perf Mood=Ind Tense=Past | UD_Assamese-AiW |
| শহাটোৰ পাছে পাছে তায়ো লৰ মাৰিলে । | তায়ো | features...upos=PRONGender=Fem Number=Sing Person=3 PronType=Prs | মাৰিলে | features...VerbForm=FinMood=Ind Tense=Past | UD_Assamese-AiW |
| পিছে শহাটোৱে যেতিয়া মানুহে কোৱাদি ক'লৈ , “ ইচ্ ইচ্ , মোৰ বৰ পলম হ'ল হে ” তেতিয়াও এলিচে বিশেষ একো ভবা নাছিল । | শহাটোৱে | features...upos=NOUNCase=Erg Definite=Def Gender=Masc Number=Sing | ক'লৈ | features...VerbForm=FinMood=Ind Tense=Past | UD_Assamese-AiW |
| কথাখিনি তাই ডাঙৰকৈ ক'লে এই কাৰণেই যে ওচৰত শুনোতা কোনো নাই । | শুনোতা | features...upos=NOUNCase=Nom Number=Sing | নাই | features...VerbForm=FinMood=Ind Polarity=Neg Tense=Pres | UD_Assamese-AiW |
| কথাখিনি তাই ডাঙৰকৈ ক'লে এই কাৰণেই যে ওচৰত শুনোতা কোনো নাই । | তাই | features...upos=PRONGender=Fem Number=Sing Person=3 PronType=Prs | ক'লে | features...VerbForm=FinAspect=Perf Mood=Ind Tense=Past | UD_Assamese-AiW |
| অৱশেষত পথাৰখনৰ সিমূৰৰ এটা জোপোহাৰ তলৰ গাঁতৰ ভিতৰত শহাটো সোমাই পৰিলগৈ । | শহাটো | features...upos=NOUNCase=Nom Number=Sing | পৰিলগৈ | features...VerbForm=FinMood=Ind Person=3 Tense=Past | UD_Assamese-AiW |
| মই নিশ্চয় পৃথিৱীৰ মাজভাগমান পাইছোঁহি । কিমান দূৰ আহিলোঁ , ভাবি চাওঁ বাৰু । চাৰি হাজাৰ মাইলমানেই হ’বলা । ” | মই | features...upos=PRONGender=Fem Number=Sing Person=1 PronType=Prs | পাইছোঁহি | features...VerbForm=FinMood=Ind Tense=Pres | UD_Assamese-AiW |
| নতুন নতুন ভাববোৰে তাইৰ মনটো ওপচাই পেলালে । | ভাববোৰে | features...upos=NOUNNumber=Plur | পেলালে | features...VerbForm=FinTense=Past | UD_Assamese-AiW |
| তাই ক'লে , “ আজি ৰাতি মই নথকা বাবে ডিনাই বৰ বেয়া পাই আছে চাগৈ । " | তাই | features...upos=PRONGender=Fem Number=Sing Person=3 PronType=Prs | ক'লে | features...VerbForm=FinAspect=Perf Mood=Ind Tense=Past | UD_Assamese-AiW |
| বাদুলিবোৰ দেখাত নিগনিৰ নিচিনাই , জান নহয় তই ? | তই | features...upos=PRONNumber=Sing Person=2 PronType=Prs | নহয় | features...VerbForm=FinMood=Ind Polarity=Neg Tense=Pres | UD_Assamese-AiW |
| পিছে শহাটোৱে যেতিয়া মানুহে কোৱাদি ক'লৈ , “ ইচ্ ইচ্ , মোৰ বৰ পলম হ'ল হে ” তেতিয়াও এলিচে বিশেষ একো ভবা নাছিল । | পলম | features...upos=NOUNCase=Nom Number=Sing | হ'ল | features...VerbForm=FinMood=Ind Tense=Past | UD_Assamese-AiW |
| ইমান ডাঙৰ ডাঙৰ শব্দ মুখেৰে উচ্চাৰণ কৰাটোকে তাই বৰ বাহাদুৰিৰ কথা বুলি ভাবিলে । | তাই | features...upos=PRONGender=Fem Number=Sing Person=3 PronType=Prs | ভাবিলে | features...VerbForm=FinAspect=Perf Mood=Ind Tense=Past | UD_Assamese-AiW |
| অ' ঠাইখনৰ নামটো ক'ৰবাত দেখোন লিখা থাকিবই । মই নুসুধিলেও হ'ব । ” | নামটো | features...upos=NOUNCase=Nom Number=Sing | থাকিবই | features...VerbForm=FinMood=Ind Tense=Fut | UD_Assamese-AiW |
| চাহ খাবৰ বেলিকা তাইৰ গাখীৰৰ থালখনত গাখীৰ দিবলৈ সিহঁতে নাপাহৰে যেন । | সিহঁতে | features...upos=PRONNumber=Plur PronType=Prs | নাপাহৰে | features...VerbForm=FinMood=Ind Polarity=Neg Tense=Fut | UD_Assamese-AiW |
| কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ আগমণ হ'লে পূজা কমিটীয়ে পূৰ্বেই আৰক্ষীক জনাব লাগিব । | কমিটীয়ে | features...upos=NOUNCase=Erg Number=Sing | জনাব | features...VerbForm=InfTense=Fut | UD_Assamese-AiW |
| তাই আকৌ ক'লে , “ হয় , ইমানেই দুৰৈ হ'ব । যদি সেয়ে হয় , তেনেহ'লে মই আহি পোৱা ঠাইখনৰ দ্ৰাঘিমা আৰু অক্ষাংশ কিমান হ'ব ? ” | দুৰৈ | features...upos=NOUNCase=Nom Number=Sing | হ'ব | features...VerbForm=FinMood=Ind Tense=Fut | UD_Assamese-AiW |
| এলিচ এতিয়া উপস্থিত হ'ল দীঘল চাপৰ এটা ঘৰৰ ভিতৰত । | এলিচ | features...upos=PROPNGender=Fem NounType=Prop Number=Sing | হ'ল | features...VerbForm=FinMood=Ind Tense=Past | UD_Assamese-AiW |
| হাতত একো কামো নাই কৰিবলৈ । | কামো | features...upos=NOUNNumber=Sing | নাই | features...VerbForm=FinMood=Ind Polarity=Neg Tense=Pres | UD_Assamese-AiW |
| এইদৰে গৈ থকাৰ আৰু শেষ নহ'বনেকি ? | শেষ | features...upos=NOUNCase=Abs Definite=Ind Number=Sing | নহ'বনেকি | features...VerbForm=FinMood=Ind Polarity=Neg Tense=Fut | UD_Assamese-AiW |
| বাইদেৱেকে পঢ়ি থকা কিতাপখনলৈ এবাৰ নে দুবাৰ কেৰাহিকৈ চাই তাই ভাবিলে , “ ছবি নথকা কিতাপখনৰ কিবা মূল্য আছে জানো ? ” | তাই | features...upos=PRONGender=Fem Number=Sing Person=3 PronType=Prs | ভাবিলে | features...VerbForm=FinMood=Ind Tense=Past | UD_Assamese-AiW |
| সিহঁতক উদ্দেশ্য কৰি তাই ক'লে , “ বিতৃষ্ণাবোৰ ! ” শব্দটো মুখৰপৰা ওলোৱাৰ লগতেই তাইৰ অনুমান হ'ল যে সেইটো এটা ভুল শব্দ । | সিহঁতক | features...upos=PRONCase=Acc Number=Plur PronType=Prs | কৰি | features...VerbForm=Conv | UD_Assamese-AiW |
| ভক্তপ্ৰাণ ৰাইজৰ সুবিধার্থে প্রতিখন পূজা সমিতিয়ে একোটা ২৪x৭ সহায়ক কক্ষ স্থাপন কৰিব লাগিব । | সমিতিয়ে | features...upos=NOUNCase=Erg | লাগিব | features...VerbForm=FinMood=Ind Tense=Fut | UD_Assamese-AiW |
| পৃথিৱীৰ সোঁ-মাজেদি হয়তো তাই পাৰ হৈ যাবগৈ লাগিব । | তাই | features...upos=PRONGender=Fem Number=Sing Person=3 PronType=Prs | লাগিব | features...VerbForm=FinMood=Ind Tense=Fut | UD_Assamese-AiW |
| তাই নিজকে ক'লে , “ কিমান মাইল মই তললৈ সোমাই আহিলোঁ জানো ? | মই | features...upos=PRONPerson=1 PronType=Prs | আহিলোঁ | features...VerbForm=FinAspect=Perf Mood=Ind Person=1 Polarity=Pos Tense=Past | UD_Assamese-AiW |
| সিহঁতক উদ্দেশ্য কৰি তাই ক'লে , “ বিতৃষ্ণাবোৰ ! ” শব্দটো মুখৰপৰা ওলোৱাৰ লগতেই তাইৰ অনুমান হ'ল যে সেইটো এটা ভুল শব্দ । | অনুমান | features...upos=NOUNNumber=Sing | হ'ল | features...VerbForm=FinAspect=Perf Mood=Ind Tense=Past | UD_Assamese-AiW |
| পিছে শহাটোৱে যেতিয়া মানুহে কোৱাদি ক'লৈ , “ ইচ্ ইচ্ , মোৰ বৰ পলম হ'ল হে ” তেতিয়াও এলিচে বিশেষ একো ভবা নাছিল । | মানুহে | features...upos=NOUNCase=Erg Definite=Ind Number=Sing | কোৱাদি | features...VerbForm=Conv | UD_Assamese-AiW |
| তাই নিজকে ক'লে , “ কিমান মাইল মই তললৈ সোমাই আহিলোঁ জানো ? | তাই | features...upos=PRONCase=Nom Gender=Fem Number=Sing Person=3 PronType=Prs | ক'লে | features...VerbForm=FinMood=Ind Tense=Past | UD_Assamese-AiW |