Example items (sample of 8)

sen_strVerb_formVerb_featuresnsubj_formnsubj_featurestreebank_link
বাইদেৱেকে পঢ়ি থকা কিতাপখনলৈ এবাৰ নে দুবাৰ কেৰাহিকৈ চাই তাই ভাবিলে , “ ছবি নথকা কিতাপখনৰ কিবা মূল্য আছে জানো ? ”থকা
features...VerbForm=Part
বাইদেৱেকে
features...upos=NOUN
Definite=Def
Gender=Fem
UD_Assamese-AiW
তাই আকৌ ক'লে , “ হয় , ইমানেই দুৰৈ হ'ব । যদি সেয়ে হয় , তেনেহ'লে মই আহি পোৱা ঠাইখনৰ দ্ৰাঘিমা আৰু অক্ষাংশ কিমান হ'ব ? ”পোৱা
features...VerbForm=Part
মই
features...upos=PRON
Gender=Fem
Person=1
PronType=Prs
UD_Assamese-AiW
বাইদেৱেকৰ সৈতে এলিচ নদীৰ পাৰৰ ঘাঁহনিত বহি আছিল ।বহি
features...VerbForm=Part
এলিচ
features...upos=PROPN
Gender=Fem
NounType=Prop
UD_Assamese-AiW
সিহঁতক উদ্দেশ্য কৰি তাই ক'লে , “ বিতৃষ্ণাবোৰ ! ” শব্দটো মুখৰপৰা ওলোৱাৰ লগতেই তাইৰ অনুমান হ'ল যে সেইটো এটা ভুল শব্দ ।ওলোৱাৰ
features...VerbForm=Part
শব্দটো
features...upos=NOUN
Case=Nom
Definite=Def
UD_Assamese-AiW
পিছে শহাটোৱে যেতিয়া মানুহে কোৱাদি ক'লৈ , “ ইচ্ ইচ্ , মোৰ বৰ পলম হ'ল হে ” তেতিয়াও এলিচে বিশেষ একো ভবা নাছিল ।ভবা
features...VerbForm=Part
Tense=Past
এলিচে
features...upos=PROPN
Case=Erg
NounType=Prop
UD_Assamese-AiW
তললৈ , কেৱল তললৈকে তাই সোমাই গৈ আছে ।গৈ
features...VerbForm=Part
Tense=Pres
তাই
features...upos=PRON
Gender=Fem
Person=3
PronType=Prs
UD_Assamese-AiW
প্ৰথমতে কিছুদূৰ শহা-পহুৰ গাঁতটো এটা সুৰঙ্গৰ দৰে গৈ আছিল ।গৈ
features...VerbForm=Part
Tense=Past
গাঁতটো
features...upos=NOUN
Case=Abs
Definite=Def
UD_Assamese-AiW
ইয়াৰোপৰি জিলা প্ৰশাসন এই নীতি নির্দেশনা অনুসৰি কাম কৰিবলৈ সকলো কৰ্মকৰ্তা , ভক্তক আহ্বান জনাবলৈ কোৱা হৈছে ।কোৱা
features...VerbForm=Part
প্ৰশাসন
features...upos=NOUN
Case=Nom
UD_Assamese-AiW