Example items (sample of 8)
| sen_str | nsubj_form | nsubj_features | Verb_form | Verb_features | treebank_link |
|---|---|---|---|---|---|
| বাইদেৱেকে পঢ়ি থকা কিতাপখনলৈ এবাৰ নে দুবাৰ কেৰাহিকৈ চাই তাই ভাবিলে , “ ছবি নথকা কিতাপখনৰ কিবা মূল্য আছে জানো ? ” | বাইদেৱেকে | features...upos=NOUNDefinite=Def Gender=Fem | থকা | features...VerbForm=Part | UD_Assamese-AiW |
| তাই আকৌ ক'লে , “ হয় , ইমানেই দুৰৈ হ'ব । যদি সেয়ে হয় , তেনেহ'লে মই আহি পোৱা ঠাইখনৰ দ্ৰাঘিমা আৰু অক্ষাংশ কিমান হ'ব ? ” | মই | features...upos=PRONGender=Fem Person=1 PronType=Prs | পোৱা | features...VerbForm=Part | UD_Assamese-AiW |
| বাইদেৱেকৰ সৈতে এলিচ নদীৰ পাৰৰ ঘাঁহনিত বহি আছিল । | এলিচ | features...upos=PROPNGender=Fem NounType=Prop | বহি | features...VerbForm=Part | UD_Assamese-AiW |
| সিহঁতক উদ্দেশ্য কৰি তাই ক'লে , “ বিতৃষ্ণাবোৰ ! ” শব্দটো মুখৰপৰা ওলোৱাৰ লগতেই তাইৰ অনুমান হ'ল যে সেইটো এটা ভুল শব্দ । | শব্দটো | features...upos=NOUNCase=Nom Definite=Def | ওলোৱাৰ | features...VerbForm=Part | UD_Assamese-AiW |
| পিছে শহাটোৱে যেতিয়া মানুহে কোৱাদি ক'লৈ , “ ইচ্ ইচ্ , মোৰ বৰ পলম হ'ল হে ” তেতিয়াও এলিচে বিশেষ একো ভবা নাছিল । | এলিচে | features...upos=PROPNCase=Erg NounType=Prop | ভবা | features...VerbForm=PartTense=Past | UD_Assamese-AiW |
| তললৈ , কেৱল তললৈকে তাই সোমাই গৈ আছে । | তাই | features...upos=PRONGender=Fem Person=3 PronType=Prs | গৈ | features...VerbForm=PartTense=Pres | UD_Assamese-AiW |
| প্ৰথমতে কিছুদূৰ শহা-পহুৰ গাঁতটো এটা সুৰঙ্গৰ দৰে গৈ আছিল । | গাঁতটো | features...upos=NOUNCase=Abs Definite=Def | গৈ | features...VerbForm=PartTense=Past | UD_Assamese-AiW |
| ইয়াৰোপৰি জিলা প্ৰশাসন এই নীতি নির্দেশনা অনুসৰি কাম কৰিবলৈ সকলো কৰ্মকৰ্তা , ভক্তক আহ্বান জনাবলৈ কোৱা হৈছে । | প্ৰশাসন | features...upos=NOUNCase=Nom | কোৱা | features...VerbForm=Part | UD_Assamese-AiW |