Example items (sample of 7)
| sen_str | nsubj_form | nsubj_features | Aux_form | Aux_features | treebank_link |
|---|---|---|---|---|---|
| বাইদেৱেকৰ সৈতে এলিচ নদীৰ পাৰৰ ঘাঁহনিত বহি আছিল । | এলিচ | features...upos=PROPNGender=Fem NounType=Prop Number=Sing | আছিল | features...SubjAuxCount=1Tense=Past | UD_Assamese-AiW |
| পিছে শহাটোৱে যেতিয়া মানুহে কোৱাদি ক'লৈ , “ ইচ্ ইচ্ , মোৰ বৰ পলম হ'ল হে ” তেতিয়াও এলিচে বিশেষ একো ভবা নাছিল । | এলিচে | features...upos=PROPNCase=Erg NounType=Prop Number=Sing | নাছিল | features...SubjAuxCount=1Polarity=Neg Tense=Past | UD_Assamese-AiW |
| সমুখৰ দীঘল বাটটোৱেদি শহাটো তেতিয়াও কোবাকুবিকৈ গৈ আছিল । | শহাটো | features...upos=NOUNCase=Nom Definite=Def Number=Sing | আছিল | features...SubjAuxCount=1Tense=Past | UD_Assamese-AiW |
| প্ৰথমতে কিছুদূৰ শহা-পহুৰ গাঁতটো এটা সুৰঙ্গৰ দৰে গৈ আছিল । | গাঁতটো | features...upos=NOUNCase=Abs Definite=Def Number=Sing | আছিল | features...SubjAuxCount=1Tense=Past | UD_Assamese-AiW |
| ইয়াৰোপৰি জিলা প্ৰশাসন এই নীতি নির্দেশনা অনুসৰি কাম কৰিবলৈ সকলো কৰ্মকৰ্তা , ভক্তক আহ্বান জনাবলৈ কোৱা হৈছে । | প্ৰশাসন | features...upos=NOUNCase=Nom Number=Sing | হৈছে | features...SubjAuxCount=1Aspect=Perf Tense=Pres | UD_Assamese-AiW |
| তললৈ , কেৱল তললৈকে তাই সোমাই গৈ আছে । | তাই | features...upos=PRONGender=Fem Number=Sing Person=3 PronType=Prs | আছে | features...SubjAuxCount=1Person=3 Tense=Pres | UD_Assamese-AiW |
| তাই ক'লে , “ আজি ৰাতি মই নথকা বাবে ডিনাই বৰ বেয়া পাই আছে চাগৈ । " | ডিনাই | features...upos=PROPNPerson=3 | আছে | features...SubjAuxCount=1Person=3 Tense=Pres | UD_Assamese-AiW |