Example items (sample of 8)
| sen_str | Participle_form | Participle_features | nsubj_form | nsubj_features | treebank_link |
|---|---|---|---|---|---|
| বাইদেৱেকে পঢ়ি থকা কিতাপখনলৈ এবাৰ নে দুবাৰ কেৰাহিকৈ চাই তাই ভাবিলে , “ ছবি নথকা কিতাপখনৰ কিবা মূল্য আছে জানো ? ” | থকা | features...upos=VERBdeprel=acl lemma=থাকা VerbForm=Part | বাইদেৱেকে | features...upos=NOUNlemma=বাইদেউ Definite=Def Gender=Fem Number=Sing deprel=nsubj | UD_Assamese-AiW |
| তাই আকৌ ক'লে , “ হয় , ইমানেই দুৰৈ হ'ব । যদি সেয়ে হয় , তেনেহ'লে মই আহি পোৱা ঠাইখনৰ দ্ৰাঘিমা আৰু অক্ষাংশ কিমান হ'ব ? ” | পোৱা | features...upos=VERBdeprel=acl lemma=পোৱা VerbForm=Part | মই | features...upos=PRONlemma=মই Gender=Fem Number=Sing Person=1 PronType=Prs deprel=nsubj | UD_Assamese-AiW |
| বাইদেৱেকৰ সৈতে এলিচ নদীৰ পাৰৰ ঘাঁহনিত বহি আছিল । | বহি | features...upos=VERBdeprel=root lemma=বহা VerbForm=Part | এলিচ | features...upos=PROPNlemma=এলিচ Gender=Fem NounType=Prop Number=Sing deprel=nsubj | UD_Assamese-AiW |
| সিহঁতক উদ্দেশ্য কৰি তাই ক'লে , “ বিতৃষ্ণাবোৰ ! ” শব্দটো মুখৰপৰা ওলোৱাৰ লগতেই তাইৰ অনুমান হ'ল যে সেইটো এটা ভুল শব্দ । | ওলোৱাৰ | features...upos=VERBdeprel=acl lemma=ওলোৱা VerbForm=Part | শব্দটো | features...upos=NOUNlemma=শব্দ Case=Nom Definite=Def Number=Sing deprel=nsubj | UD_Assamese-AiW |
| পিছে শহাটোৱে যেতিয়া মানুহে কোৱাদি ক'লৈ , “ ইচ্ ইচ্ , মোৰ বৰ পলম হ'ল হে ” তেতিয়াও এলিচে বিশেষ একো ভবা নাছিল । | ভবা | features...upos=VERBdeprel=root lemma=ভাবা Tense=Past VerbForm=Part | এলিচে | features...upos=PROPNlemma=এলিচ Case=Erg NounType=Prop Number=Sing deprel=nsubj | UD_Assamese-AiW |
| তললৈ , কেৱল তললৈকে তাই সোমাই গৈ আছে । | গৈ | features...upos=VERBdeprel=root lemma=যোৱা Tense=Pres VerbForm=Part | তাই | features...upos=PRONlemma=তাই Gender=Fem Number=Sing Person=3 PronType=Prs deprel=nsubj | UD_Assamese-AiW |
| প্ৰথমতে কিছুদূৰ শহা-পহুৰ গাঁতটো এটা সুৰঙ্গৰ দৰে গৈ আছিল । | গৈ | features...upos=VERBdeprel=root lemma=যোৱা Tense=Past VerbForm=Part | গাঁতটো | features...upos=NOUNlemma=গাঁত Case=Abs Definite=Def Number=Sing deprel=nsubj | UD_Assamese-AiW |
| ইয়াৰোপৰি জিলা প্ৰশাসন এই নীতি নির্দেশনা অনুসৰি কাম কৰিবলৈ সকলো কৰ্মকৰ্তা , ভক্তক আহ্বান জনাবলৈ কোৱা হৈছে । | কোৱা | features...upos=VERBdeprel=root lemma=কোৱা VerbForm=Part | প্ৰশাসন | features...upos=NOUNlemma=প্ৰশাসন Case=Nom Number=Sing deprel=nsubj | UD_Assamese-AiW |