Example items (sample of 5)
| sen_str | Participle_form | Participle_features | obj_form | obj_features | treebank_link |
|---|---|---|---|---|---|
| পিছে শহাটোৱে যেতিয়া মানুহে কোৱাদি ক'লৈ , “ ইচ্ ইচ্ , মোৰ বৰ পলম হ'ল হে ” তেতিয়াও এলিচে বিশেষ একো ভবা নাছিল । | ভবা | features...upos=VERBdeprel=root lemma=ভাবা Tense=Past VerbForm=Part | একো | features...upos=PRONlemma=একো PronType=Ind deprel=obj | UD_Assamese-AiW |
| প্রতিমা বিসর্জনৰ শোভাযাত্ৰাৰ সময়ত কোনো ধৰণৰ ফটকা আদি ফুটোৱা কার্যৰ পৰা বিৰতি থাকিব লাগিব । | ফুটোৱা | features...upos=VERBdeprel=acl lemma=ফুটোৱা Tense=Fut VerbForm=Part | ফটকা | features...upos=NOUNlemma=ফটকা Case=Nom Number=Sing deprel=obj | UD_Assamese-AiW |
| তাৰ পিছত ইমান অকস্মাতে থিয় গৰাৰ দৰে তললৈ নামি গ'ল যে একোটোকে ভাবিবলৈ সময় নৌ পাওঁতেই তাই দ নাদৰ তলত পৰিলগৈ । | পাওঁতেই | features...upos=VERBdeprel=advcl lemma=পোৱা VerbForm=Part | সময় | features...upos=NOUNlemma=সময় Case=Nom Number=Sing deprel=obj | UD_Assamese-AiW |
| বাইদেৱেকৰ সৈতে এলিচ নদীৰ পাৰৰ ঘাঁহনিত বহি আছিল । | বহি | features...upos=VERBdeprel=root lemma=বহা VerbForm=Part | নদীৰ | features...upos=NOUNlemma=নদী Case=Gen Definite=Ind Number=Sing deprel=obj | UD_Assamese-AiW |
| পেণ্ডেলৰ ১০০ মিটাৰ ভিতৰত যান - বাহন থোৱাৰ অনুমতি দিব নোৱাৰিব । | থোৱাৰ | features...upos=VERBdeprel=acl lemma=থোৱা Tense=Fut VerbForm=Part | বাহন | features...upos=NOUNlemma=বাহন Number=Plur deprel=obj | UD_Assamese-AiW |